भारतीय भाषाओं द्वारा ज्ञान

Knowledge through Indian Languages

Dictionary

Fundamental Administrative Terminology (English-Asamiya) (CSTT)

Commission for Scientific and Technical Terminology (CSTT)

A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

शब्दकोश के परिचयात्मक पृष्ठों को देखने के लिए कृपया यहाँ क्लिक करें
Please click here to view the introductory pages of the dictionary

record book

অভিলেখ পঞ্জী

record of service

সেৱা অভিলেখ

recourse

সাহায্য ভিক্ষা, আশ্রয় মাগন

recover

1.ঘূৰাই পা, পুনৰুদ্ধাৰ কৰ 2. আদায় কৰ 3. সুস্থ হ, গা টঙা

recovery

1.পুনৰ প্রাপ্তি, পুনৰুদ্ধাৰ 2. ৰোগমুক্তি, আৰোগ্য 3. প্রাপ্তি, পাওন

recreation

অবসৰ বিনোদন, মনোৰঞ্জন

recruit

1.ভর্ত্তি কৰ 2. ন সৈনিক, রংৰুট

recruiting authority

1.ভর্ত্তি প্রাধিকাৰী 2. ভর্ত্তি প্রাধিকৰণ

recruitment

ভর্ত্তি

recruitment rules

ভর্ত্তি নিয়মাৱলী

rectification

পৰিশোধন, শুধৰণী

recurring

পুনৰাবর্তক

red-tapism

ৰঙা ফিটাৰ মেৰ-পেঁচ

redeem

1.পুনৰ ক্রয় কৰ 2. ধন দি মোকলাই আন 3. ভঙা 4. কথা ৰাখ 5. পাপমোচন কৰ

redemption

1. পাপমোচন, মুক্তি, উদ্ধাৰ 2. ঋণমুক্তি, দায়মুক্তি, বন্ধকি খালাচ

redirected

পুনঃপ্রেৰিত

redress

নিবাৰণ কৰ, দূৰ কৰ

redressal

নিবাৰণ

reduction

1. অপচয়ন, হ্রসন 2. বিজাৰণ

redundant

প্রয়োজনাধিক

Search Dictionaries

Loading Results

Follow Us :   
  Download Bharatavani App
  Bharatavani Windows App