भारतीय भाषाओं द्वारा ज्ञान

Knowledge through Indian Languages

Dictionary

Fundamental Administrative Terminology (English-Asamiya) (CSTT)

Commission for Scientific and Technical Terminology (CSTT)

A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

शब्दकोश के परिचयात्मक पृष्ठों को देखने के लिए कृपया यहाँ क्लिक करें
Please click here to view the introductory pages of the dictionary

remedial action

উপচাৰী কার্য্যব্যৱস্থা

remedial measures

উপচাৰী উপায়

remedial transfer

উপচাৰী স্থানান্তৰণ, উপচাৰী বদলিকৰণ

reminder

অনুস্মাৰক, স্মৰণ পত্র

remission

1. ৰেহাই, অব্যাহতি 2. স্থগন 3. উপশম 4. ধন প্রেৰণ

remit

1. ৰেহাই দে, অব্যাহতি দে 2. স্থগন কৰ 3. উপশম কৰ 4. ধন প্রেৰণ কৰ

remitee

পোৱা জন

remittance

প্রেৰিত ধনৰ পৰিমাণ, বিপ্রেষণ

remote

দূৰস্থ, দূৰণিবটীয়া

remote control

দূৰ নিয়ন্ত্রণ

removal

অপসাৰণ

remuneration

পাৰিশ্রমিক

render

1.তাপ দি গলা 2. সমর্পণ কৰ 3. দাখিল কৰ, পেছ কৰ 4. পৰিশোধ কৰ 5. পৰিণত কৰ6.প্রদান কৰ7.অনুবাদ কৰ8.সম্পাদ

renewal

নবীকৰণ

renewal of demand

দাবীৰ নবীকৰণ, দাবী পুনৰ উল্লেখ

renounce

ত্যাগ কৰ

renovation

জীর্ণসংস্কাৰ, নবীকৰণ

rent

1.ভাৰা 2. খাজনা

rented space

ভাৰালৈ লোৱা স্থান

reopening

পুনঃ আৰম্ভ

Search Dictionaries

Loading Results

Follow Us :   
  Download Bharatavani App
  Bharatavani Windows App